अर्थ : দাইল হিচাপে খোৱা এক ৰঙচুৱা সৰু বীজৰ মাহজাতীয় গছ
उदाहरण :
খেতিয়কে মচুৰ মাহৰ গছ চপাইছে
पर्यायवाची : মচুৰ গছ, মচুৰ মাহৰ গছ
अर्थ : দাইল হিচাপে ৰান্ধি খোৱা এক প্রকাৰ দ্বি-উত্তল বীজ
उदाहरण :
বৈদ্যশাস্ত্রত মচুৰ মাহক কফনাশক, পিত্তনাশক, জ্বৰনাশক বুলি কোৱা হৈছে
पर्यायवाची : মচুৰ মাহ