अर्थ : সকলোতকৈ ডাঙৰৰ পিছৰজন বা যাৰ ওপৰত কেৱল এজন থাকে
उदाहरण :
ৰাণীৰ মাজু ভায়েক মোৰ শ্রেণীত পঢ়ে
पर्यायवाची : মাজু
अर्थ : একেবাৰে ডাঙৰ বা একেবাৰে সৰু আকাৰৰ মাজৰ এক অৱস্থা
उदाहरण :
এই বনত মজলীয়া আকাৰৰ উদ্ভিদ অধিক পৰিমাণে আছে
पर्यायवाची : মধ্যমীয়া