पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মঞ্চ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মঞ্চ   বিশেষ্য

अर्थ : নাটশালা আদিৰ যি বিশেষ স্থানত অভিনেতা অভিনেত্রীসকলে অভিনয় কৰে

उदाहरण : মই ৰংগমঞ্চৰ একেবাৰে ওচৰৰ পৰা নাটক চাই আছিলোঁ

पर्यायवाची : ৰংগভূমি, ৰংগমঞ্চ, ৰংগশালা, ৰঙ্গমঞ্চ

अर्थ : সর্বস্াধাৰণৰ সন্মুখত বহি বা থিয় হৈ কোনো কাম কৰিবৰ কাৰণে বা কিবা কʼবৰ কাৰণে কৰি লোৱা ওখ মণ্ডৱ বা স্থান

उदाहरण : নেতাজী মঞ্চৰ ওপৰত আছিল

पर्यायवाची : ষ্টেজ

अर्थ : মানুহে নি্র্মাণ কৰি লোৱা সমান আৰু ওখ ঠাই বিশেষ

उदाहरण : মনীষী গৰাকীয়ে মঞ্চত বহি ্ ধর্মালোচনা কৰিছে

पर्यायवाची : বেদী

चौपाल