पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মণ্ডল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মণ্ডল   বিশেষ্য

अर्थ : সূর্য ্বা চন্দ্রৰ চাৰিওফালে দেখা পোৱা ঘেৰা

उदाहरण : সূর্য মণ্ডলত ্ভালেমান গ্রহে পৰিভ্রমণ কৰে

अर्थ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ

उदाहरण : তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা

पर्यायवाची : পৰিধি

अर्थ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

उदाहरण : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

पर्यायवाची : দল, মণ্ডলী, সংগঠন

अर्थ : ভূগোলত গৰম-ঠাণ্ডাৰ বিচাৰ কৰি পৃথিৱীক ্পাঁচ ভাগত বিভক্ত কৰা ভাগৰ এটা ভাগ

उदाहरण : উত্তৰ মেৰু শীতোষ্ণ অঞ্চলত পৰে

चौपाल