पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মতলব शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মতলব   বিশেষ্য

अर्थ : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি

उदाहरण : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে

पर्यायवाची : অভিপ্রায়, কূট, কূটকৌশল, কৌশল, চাল, ফন্দ, ফন্দি

अर्थ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

उदाहरण : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

पर्यायवाची : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, লক্ষ্য, হেতু

अर्थ : কোনো শ্্ব্দ, পদ বা বাক্য আদিৰ পৰা ওলোৱা অভিধা অর্থ ্যাৰ বোধ জন্মাবৰ কাৰণে কোনো শ্্ব্দ বা পদ মানুহৰ মাজত প্রচলিত হয়

उदाहरण : কেতিয়াবা কেতিয়াবা সুৰদাসৰ পদৰ অর্থ উলিওৱা জটিল হৈ পৰে

पर्यायवाची : অর্থ, ্তাৎপর্য, ্ভাব

अर्थ : কোনো ধৰণৰ লগা-ভগা বা সম্পর্ক

उदाहरण : এই কামটোৰ সৈতে ৰামৰ কোনো সম্পর্ক নাই

पर्यायवाची : সম্পর্ক, সম্বন্ধ

चौपाल