सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি
उदाहरण : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে
पर्यायवाची : অভিপ্রায়, কূট, কূটকৌশল, কৌশল, চাল, ফন্দ, ফন্দি
अर्थ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
उदाहरण : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
पर्यायवाची : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, লক্ষ্য, হেতু
अर्थ : কোনো শ্্ব্দ, পদ বা বাক্য আদিৰ পৰা ওলোৱা অভিধা অর্থ ্যাৰ বোধ জন্মাবৰ কাৰণে কোনো শ্্ব্দ বা পদ মানুহৰ মাজত প্রচলিত হয়
उदाहरण : কেতিয়াবা কেতিয়াবা সুৰদাসৰ পদৰ অর্থ উলিওৱা জটিল হৈ পৰে
पर्यायवाची : অর্থ, ্তাৎপর্য, ্ভাব
अर्थ : কোনো ধৰণৰ লগা-ভগা বা সম্পর্ক
उदाहरण : এই কামটোৰ সৈতে ৰামৰ কোনো সম্পর্ক নাই
पर्यायवाची : সম্পর্ক, সম্বন্ধ
इंस्टॉल करें