अर्थ : কাৰোবাক নিজৰ ঠাইলৈ বা ওচৰলৈ আহিবলৈ নিমন্ত্রণ জনোৱা
उदाहरण :
আইতাই ককাক ইংগিতেৰে মাতি আছে
अर्थ : আমন্ত্রণ জনোৱা
उदाहरण :
তেওঁ নিজৰ বিয়ালৈ আমাৰ সকলোকে নিমন্ত্রিত কৰিছে
पर्यायवाची : আমন্ত্রিত কৰা, নিমন্ত্রণ দিয়া, নিমন্ত্রিত কৰা
अर्थ : কোনো জন্তুৰ মুখৰ পৰা ধ্বনি ওলোৱা
उदाहरण :
ৰাতিপুৱা চৰায়ে মাতে
अर्थ : কোনো পৰিচিতৰ লগত কথা কোৱা
उदाहरण :
আজিকালি শীলাই মোক নামাতে