अर्थ : কোনো প্রশ্নৰ উত্তৰ দিব নোৱাৰা অৱস্থা বা পৰিস্থিতি হোৱা
उदाहरण :
ভালদৰে প্রস্তুতি নোহোৱা কাৰণে তেওঁ ্ সাক্ষাৎকাৰত নিৰুত্তৰ হৈ থাকিবলগীয়া হʼল
पर्यायवाची : উঁ-আঁ কৰিব নোৱাৰা, উত্তৰ দিব নোৱাৰা, চুপ-চাপ থকা, নিৰুত্তৰ হোৱা, মাত দিব নোৱাৰা, মাত বন্ধ হোৱা