सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ৰুচিৰ অনুকূল বা ভাল লগা
उदाहरण : এইয়া মোৰ পচন্দৰ খাদ্য
पर्यायवाची : পচন্দৰ, প্রিয়, ভাল লগা-, মনঃপুত, মনপচন্দ, ৰুচিকৰ
अर्थ : মনলৈ অহা বা মনত হোৱা
उदाहरण : কবি মহোদয়ে নিজৰ মনোমত ভাববোৰ কবিতাৰ মাধ্যমৰে শ্রোতাৰ সন্মুখত উপস্থাপন কৰিলে
पर्यायवाची : মনোগত, স্বগত
इंस्टॉल करें