पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মানা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মানা   বিশেষ্য

अर्थ : কোনো কামত বা কথাত মানা কৰা

उदाहरण : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

पर्यायवाची : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, হাক, হাক-বচন

अर्थ : স্বীকাৰ নকৰাৰ ভাব বা কার্য

उदाहरण : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

पर्यायवाची : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান

মানা   ক্ৰিয়া

अर्थ : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে

उदाहरण :

पर्यायवाची : মানি লোৱা, সহা, সহ্য কৰা

अर्थ : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা

उदाहरण : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়

पर्यायवाची : স্বীকাৰ কৰা, স্বীকৃতি দিয়া

মানা   বিশেষণ

अर्थ : যাক নিষেধ কৰা হৈছে

उदाहरण : এই বিলত ্সাঁতোৰাত বাধা আছে

पर्यायवाची : নিষিদ্ধ, নিষেধিত, বর্জিত, বাধা

चौपाल