सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কামত বা কথাত মানা কৰা
उदाहरण : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
पर्यायवाची : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, হাক, হাক-বচন
अर्थ : স্বীকাৰ নকৰাৰ ভাব বা কার্য
उदाहरण : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
पर्यायवाची : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান
अर्थ : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে
उदाहरण :
पर्यायवाची : মানি লোৱা, সহা, সহ্য কৰা
अर्थ : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা
उदाहरण : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়
पर्यायवाची : স্বীকাৰ কৰা, স্বীকৃতি দিয়া
अर्थ : যাক নিষেধ কৰা হৈছে
उदाहरण : এই বিলত ্সাঁতোৰাত বাধা আছে
पर्यायवाची : নিষিদ্ধ, নিষেধিত, বর্জিত, বাধা
इंस्टॉल करें