सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু জোখ বা মাপলোৱা কাম
उदाहरण : খেতিডৰাৰ ভাগ-বাটোৱাৰা কৰাৰ কাৰণে তাৰ জোখমাপ কৰা হʼল
पर्यायवाची : জোখ-মাপ, জোখমাপ
अर्थ : যি উপকৰণৰ দ্বাৰা কিবা বস্তু জোখা হয়
उदाहरण : এইটো এক লিটাৰৰ মাপক
पर्यायवाची : মাপক, মাপক উপকৰণ
अर्थ : ভৰ, আয়তন আদি জোখা একক
उदाहरण : ভৰ আৰু আয়তন জোখা মাপক বেলেগ-বেলেগ থাকে
पर्यायवाची : মাপক
अर्थ : জোখ-মাপ কৰা কার্য
उदाहरण : মণ্ডলজনে মাপ লোৱাৰ পিছত কার্যালয়লৈ গুচি গʼল
पर्यायवाची : জোখমাপ, নাপ
अर्थ : কোনো বস্তুৰ দীঘ, প্রস্থ, উচ্চতা আদি যাক কোনো নির্দিষ্ট দৈর্ঘ্যৰ আধাৰত তুলনা কৰা হয়
उदाहरण : সোহনৰ কঁ্কালৰ জোখ ত্রিশ ইঞ্চি
पर्यायवाची : জোখ, জোখ-মাখ, পৰিমাপ
इंस्टॉल करें