सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা
उदाहरण : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক
पर्यायवाची : উপায়, পথ, পন্থা, ্সাধন
अर्थ : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়
उदाहरण : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে
पर्यायवाची : পথ, বাট, ৰাস্তা
अर्थ : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়
उदाहरण : উৰা জাহাজৰো নির্দিষ্ট পথ আছে
पर्यायवाची : পথ, বাট, ্ ৰাস্তা
अर्थ : কোনো সাধন, প্রকাৰ আদি যাৰ অৱলম্বনত কোনো কামৰ ভালদৰে বা সম্পূর্ণ কৰিবৰ কাৰণে কৰা হয়
उदाहरण : আহাৰ মুখ বিবৰেদি পেটলৈ যায়
पर्यायवाची : পথ, বিবৰ, ্ৰাস্তা
इंस्टॉल करें