सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ধুনিয়া ফুলৰ এডাল লতা
उदाहरण : মোৰ ফুলনিত মালতীও ফুলি আছে
पर्यायवाची : মধুমালতী
अर्थ : এক প্রকাৰৰ সৰু চানেকীয়া বগা ৰঙৰ সুগন্ধি ফুল
उदाहरण : তেওঁৰ ঘৰৰ সন্মুখ আহি পোৱাৰ লগে লগে মালতী ফুলৰ সুগন্ধি আহি নাকত লাগেহি
पर्यायवाची : নেৱালি, নেৱালী, নৱমল্লিকা
इंस्टॉल करें