सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যৌৱনাৰম্ভৰ পৰা আৰম্ভ কৰি ৰজোনিবৃত্তিলৈকে চলা মহিলাসকলৰ এক প্রক্রিয়া
उदाहरण : মাহেকীয়াৰ সময়ত মহিলাসকলে বিশেষধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত
पर्यायवाची : ঋতুস্রাব, মাসিক
अर्थ : স্ত্রীৰ জননেন্দ্রিয়ৰ পৰা প্রতি মাহৰ তিনি চাৰি দিনলৈকে ৰক্ত আদি
उदाहरण : ঋতুস্রাৱৰ সময়ত বেছিভাগ মহিলাৰে সমস্যাই দেখা দিয়ে
पर्यायवाची : ঋতু, ঋতুস্রাৱ, নোৱাৰা হোৱা-, পুষ্পিতা, ৰজঃ, ৰজস্বলা
अर्थ : প্রত্যেক মাহত এবাৰ বা মাহে মাহে হোৱা
उदाहरण : এই মন্দিৰটোত মাহেকীয়া ৰামকথাৰ আয়োজন কৰা হয়
इंस्टॉल करें