सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বহুত মানুহে মাৰধৰ কৰি কৰা কাজিয়া
उदाहरण : ছাত্রবোৰৰ উপদ্রৱত অতীষ্ঠ হৈ প্রধান শিক্ষকে অনির্দিষ্ট কাললৈ বিদ্যালয় বন্ধ কৰি দিলে আপোনালোকে অনর্থক ্উৎপাত নকৰিব
पर्यायवाची : উপদ্রৱ, উৎপাত, মাৰ-কিল, হাংগামা, হাঙ্গামা
अर्थ : মাৰপিট কৰা কার্য
उदाहरण : নি্র্বাচনৰ সময়ত বহুত মাৰ-পিট হয়
पर्यायवाची : মাৰ-পিট
अर्थ : হাত-ভৰিৰে টনা-আজোঁৰা কৰি মাৰপিট কৰা কার্য
उदाहरण : তেওঁলোক দুজনৰ মাজত তুমুলভাৱে কাজিয়া লাগিল
पर्यायवाची : কাজিয়া
इंस्टॉल करें