अर्थ : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ ভাষা
उदाहरण :
ভালেমান বছৰ ধৰি মুম্বাইত থকাৰ কাৰণে তেওঁ ্মাৰাঠীটো কথা পাতিব পাৰে
पर्यायवाची : মাৰাঠী ভাষা
अर्थ : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ নিবাসী
उदाहरण :
কেইবাজনো মাৰাঠী মোৰ ভাল বন্ধু
पर्यायवाची : মহাৰাষ্ট্রী
अर्थ : মহাৰাষ্ট্রত থকা বা বসতি কৰা
उदाहरण :
সন্ত টুকাৰামৰ মাৰাঠী জনসাধাৰণৰ ওপৰত বিশেষ ধৰণৰ প্রভাৱ আছে
पर्यायवाची : মহাৰাষ্ট্রী
अर्थ : যাৰ মাতৃভাষা মাৰাঠী
उदाहरण :
তাত্যাপাৰাত মাৰাঠী লোকৰ সংখ্যাগৰিষ্ঠতা আছে
अर्थ : মাৰাঠী ভাষাৰ সৈতে সম্বন্ধ থকা
उदाहरण :
মাৰাঠী সাহিত্য বহু বিকশিত আৰু উন্নত
अर्थ : মহাৰাষ্ট্রৰ সৈতে সম্বন্ধ থকা বা মহাৰাষ্ট্রৰ
उदाहरण :
নেতাগৰাকীয়ে পৰম্পৰাগত মাৰাঠী বেশ-ভূষা পৰিধান কৰি মঞ্চত উঠিলে