पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মিচন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মিচন   বিশেষ্য

अर्थ : কোনো ধর্ম ্বা পন্থৰ প্রচাৰ কৰোতা সংস্থা

उदाहरण : স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছনৰ প্রতিস্থা কৰিছিল এজন যোগ্য গুৰুৰ দ্বাৰা এই মিছনৰ সঞ্চালন কৰা হয়

पर्यायवाची : মিছন

अर्थ : খ্রীষ্ট ্ধর্মৰ ্প্রচাৰ কৰা সংস্থা বিশেষ

उदाहरण : মিছনৰ বিচাৰ ধাৰাৰে প্রভাৱিত হৈ তেওঁ খ্রীষ্টান ধর্ম গ্রহণ কৰিলে

पर्यायवाची : মিচনাৰী, মিচনেৰী, মিছন, মিছনাৰী, মিছনেৰী

अर्थ : কোনো বিশেষ কার্য কৰিবৰ কাৰণে কʼৰবালৈ পঠোৱা মানুহৰ দল

उदाहरण : মিছন নিজৰ উদ্দেশ্যত সফল হʼল

पर्यायवाची : মিছন

चौपाल