सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : খ্রীষ্ট্ধর্মৰ ্প্রচাৰৰ কাৰণে বিভিন্ন ঠাইলৈ যোৱা মিছনৰ সদস্য
उदाहरण : ভালেমান মিছনাৰীৰ ওপৰত বলপূর্বক ধর্মান্তৰিত কৰাৰ অভিযোগ উত্থাপন হৈছে
पर्यायवाची : মিচনাৰী, মিছনাৰী
अर्थ : খ্রীষ্ট ্ধর্মৰ ্প্রচাৰ কৰা সংস্থা বিশেষ
उदाहरण : মিছনৰ বিচাৰ ধাৰাৰে প্রভাৱিত হৈ তেওঁ খ্রীষ্টান ধর্ম গ্রহণ কৰিলে
पर्यायवाची : মিচন, মিচনাৰী, মিচনেৰী, মিছন, মিছনাৰী
अर्थ : মিছন সম্বন্ধীয়
उदाहरण : তেওঁ মিছনাৰী উদ্দেশ্য পূৰণ কৰিবলৈ বহুত কষ্ট কৰি আছে
इंस्टॉल करें