पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মিটাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মিটাৰ   বিশেষ্য

अर्थ : যি যন্ত্রৰ দ্বাৰা ঘৰলৈ অহা পানী জোখা হয়

उदाहरण : টেংকীটোৰ মিটাৰটো বেয়া গৈ গʼল

अर्थ : দৈর্ঘ্য জোখাৰ এক মাপ

उदाहरण : কুর্তা চিলাবৰ কাৰণে আঢ়ৈ মিটাৰ কাপোৰ লাগিব

अर्थ : ঘৰ বা কাৰখানা আদিত ব্যয় হোৱা বিজুলী জুখিব কাৰণে ব্যৱহাৰ কৰা যন্ত্রবিশেষ

उदाहरण : মোৰ ঘৰত দুটা মিটাৰ লগোৱা আছে

अर्थ : যি যন্ত্রৰ সহায়ত গতিশীল বস্তুৰ গতি জোখা হয়

उदाहरण : এই গাড়ীখনৰ মিটাৰটোৱে কাম কৰা নাই

पर्यायवाची : গতিমাপক, স্পীডোমিটাৰ

चौपाल