सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শৰীৰত বাকলি থকা আৰু উশাহ-নিশাহৰ বাবে গলফুল থকা এবিধ জলচৰ প্রাণী
उदाहरण : মাছমৰীয়াজনে সাগৰত মাছ মাৰিছে
पर्यायवाची : মাছ, মৎস্য
अर्थ : বাৰটা ৰাশিৰ ভিতৰৰ অন্তিম ৰাশি যʼত ভাদ্রপদ, উত্তৰ ভাদ্রপদ আৰু ৰেৱতী নক্ষত্র আছে
उदाहरण : তেওঁৰ ্ৰাশি মীন
पर्यायवाची : মীন ৰাশি
इंस्टॉल करें