अर्थ : কোনো বন্ধন বা কাম আদিৰ পৰা মুক্ত হোৱা
उदाहरण :
ঋষিজনে নিজৰ সাধনাৰ বলত সংসাৰৰ দুখৰ পৰা উদ্ধাৰ পালে
पर्यायवाची : উদ্ধাৰ পোৱা, নিস্তাৰ পোৱা
अर्थ : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
उदाहरण :
মাছবোৰ জালৰ পৰা এৰাই গʼল
पर्यायवाची : উন্মুক্ত হোৱা, এৰাই যোৱা, বন্ধন মুক্ত হোৱা, সুলকি যোৱা