अर्थ : দুজন বা ভালেমান ব্যক্তিয়ে পৰস্পৰৰ মাজত মিলামিছা কৰা কার্য
उदाहरण :
আজি এজন ভাল মানুহৰ সৈতে সাক্ষাৎ হৈছিল
पर्यायवाची : সাক্ষাৎ
अर्थ : সমুখলৈ আহি কথা কোৱা
उदाहरण :
তেওঁ ্মোৰ সৈতে মুখা-মুখি হৈ ইটো-সিটো কথা কʼবলৈ ধৰিলে