अर्थ : সংগীতত স্বৰগ্রামৰ বা তাৰ লগত সম্বন্ধ থকা
उदाहरण :
বাদকে মুখ্য ছাবিটো হেচি দিলে মুখ্য স্বৰগ্রাম
पर्यायवाची : মেজৰ
अर्थ : বাক্য ৰচনাৰ দৃষ্টিত যি পূর্ণ হয় আৰু যʼত অতি কমেও এটা কর্তা আৰু এটা ক্রিয়া থাকে
उदाहरण :
যৌগিক বাক্যত এটা মুখ্য উপবাক্য থাকে
पर्यायवाची : প্রধান