पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মুঠি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মুঠি   বিশেষ্য

अर्थ : সূতা, ৰেচম আদিৰ গুচ্চ

उदाहरण : শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব

पर्यायवाची : মুঠা

अर्थ : মুঠিত অহা পৰিমাণৰ বস্তু

उदाहरण : তেওঁ ্চাউলৰ পৰা তিনি-চাৰি মুঠি উলিয়াই ভিক্ষাৰীক দিলে

अर्थ : হাতৰ আঙুলিবোৰ কোঁচাই হাতৰ তলুৱাত হেঁচি ধৰা হাতৰ মুদ্রা বিশেষ

उदाहरण : লʼৰাটোৱে পইচাটো নিজৰ হাতৰ মুঠিত ৰাখি থৈছে

अर्थ : সা-সঁজুলি আদিৰ ধৰা অংশ

उदाहरण : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে

पर्यायवाची : ঠাৰি, হাত, হাতোৰা, হেণ্ডেল

चौपाल