মূৰ (বিশেষ্য)
শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ
উপ-শিৰোনাম (বিশেষ্য)
মূল শিৰোনামৰ ব্যাখ্যার্থে দিয়া ওপৰঞ্চি শিৰোনাম
ঘন বাদ্য (বিশেষ্য)
যি বাদ্য দুয়োটা ফালৰ পৰা আঘাত কৰি বজোৱা হয়
নিবাৰণ (বিশেষ্য)
কোনো কামত বা কথাত মানা কৰা
চৰণীয়া পথাৰ (বিশেষ্য)
পশু চৰিবৰ কাৰণে মুকলি কৰি ৰখা ভূমিভাগ
নৱৰত্ন (বিশেষ্য)
মুকুতা, মাণিক, ্বৈদুর্য, ্গোমেদ, হীৰা, প্রৱাল, পদ্মৰাগ, মৰকত আৰু নীলকান্ত- এই নবিধ ৰত্ন
ঊষালগ্ন (বিশেষ্য)
দিন আৰম্ভ হোৱাৰ সময়ছোৱা:ৰাতিপুৱাই খেতিয়কসকল পথাৰলৈ ওলাল
কৃতকার্য (বিশেষণ)
যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
মহীচুঙা (বিশেষ্য)
লিখিবৰ কাৰণে ব্যৱহাৰ কৰা চিয়াহী ৰখা পাত্র
বিদগ্ধ (বিশেষণ)
যিয়ে অধিক বিদ্যা আহৰণ কৰিছে