सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মাৰিত ডাঙৰ গোলাকাৰ লাটুম লগোৱা থকা এবিধ প্রাচীন অস্ত্র
उदाहरण : ভীম গদা চালনত নিপুণ আছিল
पर्यायवाची : গদা, মুষল
अर्थ : ব্যায়াম কৰোতে ব্যৱহাৰ কৰা কাঠেৰে বনোৱা দীঘল, গোলাকাৰ আৰু এফালে মুঠি মাৰি ধৰিব পৰা আহিলা
उदाहरण : পালোৱানজনে মুদ্গৰেৰে কচৰত কৰি আছে
इंस्टॉल करें