अर्थ : যিটো মুদ্রা লিখন যন্ত্রৰে লিখা বা মুদ্রিত কৰা হৈছে
उदाहरण :
টাইপ কৰা পত্রখন এবাৰ আপুনি পঢ়ি লওক
पर्यायवाची : টাইপ কৰা
अर्थ : যাৰ মুদ্রণ কৰা হৈছে
उदाहरण :
এই কিতাপখন চৰকাৰী ছপাশালত মুদ্রিত
अर्थ : যʼত মুদ্রা বা মোহৰ লগোৱা হৈছে
उदाहरण :
বিষয়াজনে টাইপত মুদ্রিত কাগজৰ ওপৰত চহী কৰিলে
पर्यायवाची : মুদ্রাংকিত, মুদ্রাঙ্কিত