पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মুমূর্ষু शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মুমূর্ষু   বিশেষণ

अर्थ : যি মৃত্যুৰ একেবাৰ ওচৰত আছে

उदाहरण : তেওঁ নিজৰ মৃতপ্রায় বৃদ্ধ দেউতাকৰ যথেষ্ট সেৱা কৰি আছে

पर्यायवाची : মৃতপ্রায়, ্মৰণাসন্ন

अर्थ : গুৰুতৰ ভাবে আহত বা যি মৃত্যুৰ নিচেই ওচৰত আছে

उदाहरण : গাঁওবাসীয়ে চোৰটোক মাৰি-মাৰি আধামৰা কৰিলে

पर्यायवाची : আধামৰা, আধাসাৰি, আসন্নমৃত্যু, ওষ্ঠাগতপ্রাণ, কণ্ঠাগতপ্রাণ, ক্ষীণশ্বাস, জীৱন্মৃত, মৃতকল্প, মৃতপ্রায়, মৰণ-কাতৰ, মৰণান্তিক, মৰণোন্মুখ, ্অর্ধমৃত, ্মৰণাপন্ন

अर्थ : যি মৰিবলৈ ধৰিছে বা যাৰ মৰাৰ উপক্রম হৈছে

उदाहरण : মুমূর্ষু ব্যক্তিজনে বাৰে-বাৰে নিজৰ লʼৰাটোক মাতি আছে

पर्यायवाची : মৃত্যুতুল্য, মৰণশীল

चौपाल