पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মূল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মূল   বিশেষ্য

अर्थ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়

उदाहरण : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়

पर्यायवाची : অর্থ, কাৰক, কাৰণ, নিমিত্ত, হেতু

अर्थ : পানী আৰু আহাৰ আহৰণ কৰিবৰ কাৰণে মাটিত খামুচি থকা উদ্ভিদৰ নিম্নাংশ

उदाहरण : আয়ুর্বেদিক চিকিৎসাত বিভিন্ন প্রকাৰৰ শিপা ব্যৱহাৰ কৰা হয়

पर्यायवाची : পম, শিপা, শিহা, শিহৰি, শিয়া

अर्थ : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ

उदाहरण : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল

पर्यायवाची : অর্ক, আৰক, নি্র্যাস, ্সাৰ অংশ, ৰস

মূল   বিশেষণ

अर्थ : কোনো বস্তুৰ মূল বা তত্ত্বৰ সৈতে সম্বন্ধ ৰাখোতা

उदाहरण : সত্য, অহিংসা আৰু প্রেম হৈছে সংস্কৃতিৰ আধাৰ

पर्यायवाची : আধাৰ, বুনিয়াদ

अर्थ : যিটো আৱশ্যক হয়

उदाहरण : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত

पर्यायवाची : প্রধান, মুখ্য

अर्थ : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা

उदाहरण : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই

पर्यायवाची : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, স্থানীয়

चौपाल