अर्थ : মেক্সিকোৰ নিবাসী
उदाहरण :
মেক্সিকানে প্রায়েই সীমা পাৰ হৈ আমেৰিকাত প্রৱেশ কৰে
पर्यायवाची : মেক্সিকো বাসী, মেক্সিকো-বাসী, মেক্সিকোবাসী
अर्थ : মেক্সিকো সম্বন্ধী বা মেক্সিকোৰ
उदाहरण :
মেক্সিকান ঘেঁহুৰ দৰে দেশী ্ঘেঁহুৰো উৎপাদন ক্ষমতা আছে