पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মোহৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মোহৰ   বিশেষ্য

अर्थ : সোণেৰে বনোৱা মুদ্রা

उदाहरण : হৰপ্পাৰ খনন কার্যত কিছুমান সোণৰ মুদ্রা পোৱা গৈছিল

पर्यायवाची : সোণৰ মুদ্রা, সোণৰ মোহৰ, স্বর্ণ মুদ্রা, স্বর্ণমুদ্রা

अर्थ : সোণেৰে তৈয়াৰী মুদ্রা

उदाहरण : তেওঁ ্ সোণাৰীৰ পৰা মোহৰৰ সলনি ধন লʼলে

पर्यायवाची : সোণৰ মুদ্রা

अर्थ : মোহৰ লগালে হোৱা ছাপ বা আকৃতি

उदाहरण : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে

पर्यायवाची : ছীল, ষ্টাম্প

अर्थ : সোণ বা ৰূপৰ মুদ্রা

उदाहरण : বাদশ্বাহে পুৰস্কাৰ হিচাপে কবিক দুটা সোণৰ মোহৰ দিলে

अर्थ : ধাতুৰ টুকুৰা আদিৰ সহায়ত ছাপ বহুৱাই মোহৰ বনোৱা কার্য

उदाहरण : টাকশালত টকা-পইচাৰ ছাপ মৰা হয়

মোহৰ   বিশেষণ

अर्थ : যিহত মোহৰ মৰা হৈছে

उदाहरण : এই চেকখনত মোহৰ মৰা আছে

पर्यायवाची : ষ্টাম্প

चौपाल