पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ম্লান शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ম্লান   বিশেষণ

अर्थ : যাৰ কান্তি মাৰ গৈছে

उदाहरण : মাকক দেখিয়ে পুতেকৰ ম্লান মুখ উজ্বলি উঠিল

पर्यायवाची : অনুজ্জ্বল, নিষ্প্রভ, মলিন, স্তিমিত

अर्थ : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে

उदाहरण : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি

पर्यायवाची : অন্যমনস্ক, উদাস, বিৰক্ত

अर्थ : যাৰ তেজ নাই বা যিজনৰ তেজৰ অভাৱ হৈছে

उदाहरण : সদায় চিন্তিত হৈ থকাৰ কাৰণে তেওঁৰ চেহেৰা যৌৱনতে নিস্তেজ হʼবলৈ ধৰিছে

पर्यायवाची : অপ্রভ, আভাহীন, কান্তিহীন, তেজহীন, নিস্তেজ, মলীন, মোলান, শেতা

चौपाल