सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : লʼৰা-ছোৱালীৰ লগত কৰা প্রেমপূর্ণ ব্যৱহাৰ
उदाहरण : অত্যাধিক মৰমৰ বাবে লʼৰা-ছোৱালী নষ্ট হয়
पर्यायवाची : ভালপোৱা
अर्थ : সৰুজনৰ প্রতি হৃদয়ত উথলি উঠা ভালপোৱা
उदाहरण : জৱাহৰলাল নেহৰুৱে সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল
पर्यायवाची : চেনেহ, মমতা, মৰম-চেনেহ, স্নেহ
इंस्टॉल करें