अर्थ : যি বিচাৰেৰে পূর্ণ
उदाहरण :
তেওঁ ্ সদায় যুক্তিপূর্ণ ্ কথাই কয়
पर्यायवाची : বিচাৰপূর্ণ, যুক্তিসন্মত
अर्थ : যিটো যুক্তি বা তর্কৰে ভৰা
उदाहरण :
মোহনৰ দৰে ভোদা ছাত্র এজনে গুৰুৰ প্রশ্নৰ যুক্তিপূর্ণ উত্তৰ দি সকলোকে আচৰিত কৰি তুলিলে
पर्यायवाची : তর্কপূর্ণ, তর্কযুক্ত, যুক্তিযুক্ত