पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से যুদ্ধ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

যুদ্ধ   বিশেষ্য

अर्थ : সংকটপূর্ণ ্বা বিপৰীত পৰিস্থিতিৰ পৰা ওলাই আগুৱাই আহিবৰ কাৰণে কৰা প্রয়াস

उदाहरण : বহুতো সময়ত আমি নিজৰ সৈতে নিজে সংঘর্ষ কৰিবলগীয়া হয়

पर्यायवाची : দন্দ্ব, সংঘর্ষ

अर्थ : ভয়ানক কিহবাৰ সমাপ্তিৰ বাবে কৰা সন্মিলিত অভিযান

उदाहरण : তেওঁ দৰিদ্রতাৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ কৰিলে আমি সন্ত্রাসবাদৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ কৰিব লাগে

पर्यायवाची : সংগ্রাম

अर्थ : শত্রুতাৰ কাৰণে দুটা ফৈদৰ মাজত অস্ত্র-শস্ত্রৰে কৰা হিংসাত্মক কার্য

उदाहरण : মহাভাৰতৰ যুদ্ধ ওঠৰ দিন ধৰি চলিছিল

पर्यायवाची : যুঁজ, যুঁজ-্বাগৰ, যুদ্ধ-বিগ্রহ, লৰাই, সংঘর্ষ, সমৰ, ্সংগ্রাম, ৰণ

चौपाल