पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से যোগ্যতা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

যোগ্যতা   বিশেষ্য

अर्थ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়

उदाहरण : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়

पर्यायवाची : উপযুক্ততা, ক্ষমতা, সামর্থ্য

अर्थ : কোনো পদ, কার্য আদিৰ কাৰণে যোগ্য হোৱা অৱস্থা বা ভাব

उदाहरण : যোগ্যতাৰ কাৰণেই তেওঁ অধ্যাপকৰ পদটো পালে

चौपाल