अर्थ : সামান্য শাৰীৰিক অৱস্থা বা ক্রিয়াত ৰোগীৰ অনুভৱ হোৱা সেই পৰি্ৱর্তনবোৰ আৰু যিবোৰ কোনো কোনো ৰোগৰ সূচক হয়
उदाहरण :
টাইফয়ডৰ লক্ষণ যেন লাগিছে
पर्यायवाची : ৰোগৰ লক্ষণ
अर्थ : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়
उदाहरण :
সকলো বস্তুৰে কিছুমান লক্ষণ থাকে
पर्यायवाची : গুণ
अर्थ : কোনো বিশেষ কামৰ আৰম্ভণিতে দেখা দিয়া শুভ বা অশুভ চিন
उदाहरण :
মহিলাৰ বাঁওচকু লৰিলে শুভ লক্ষণ হোৱাৰ বিপৰীতে পুৰুষৰ বাঁওচকু লৰিলে অশুভ লক্ষণ বুলি বিশ্বাস কৰা হয়
पर्यायवाची : পূর্বাভাস