सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে
उदाहरण : বিদ্যুততো তৰঙ্গ থাকে
पर्यायवाची : ঢৌ, তৰংগ, তৰঙ্গ
अर्थ : শৰীৰত কোনো মনোবেগ উঠা কার্য
उदाहरण : জনতাৰ মাজত নেতাৰ প্রতি ক্রোধৰ লহৰ আছে
अर्थ : হঠাৎ জোৰেৰে অহা প্রৱাহ
उदाहरण : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে
पर्यायवाची : ধাৰ
अर्थ : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ
उदाहरण : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে
पर्यायवाची : উর্মি, কল্লোল, ঢৌ, তৰংগ, তৰঙ্গ, লহৰী, হিল্লোল
इंस्टॉल करें