अर्थ : এটা বস্তু আন এটা বস্তুৰে স্পর্শিত হোৱা
उदाहरण :
যাওঁতে যাওঁতে মোৰ হাতখন বিজুলীৰ খুটাত লাগি গʼল
पर्यायवाची : চুই পোৱা
अर्थ : কোনো কামত দৃঢ়তাৰে লাগি থকা
उदाहरण :
বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
पर्यायवाची : লগা