सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ স্বভাৱগতভাৱে অলপতে লাজ লাগে
उदाहरण : কেতিয়াবা লাজুক ব্যক্তিয়ে লাজৰ কাৰণেই নিজৰ কথা কʼব নোৱাৰে
पर्यायवाची : লজুৱা, লজ্জাবান, লজ্জাশীল, লাজুক
अर्थ : সংকোচ বা লাজ কৰোতা বা যʼত সংকোচ আছে
उदाहरण : মোহন বহুত লাজকুৰীয়া স্বভাৱৰ লʼৰা
पर्यायवाची : লজ্জাশীল
इंस्टॉल करें