पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से লাটভিয়ান शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

লাটভিয়ান   বিশেষ্য

अर्थ : লাটভিয়াৰ লোকসকলৰ ভাষা

उदाहरण : তোমাৰ বাবে লাটভিয়ান শিকি লোৱা ভাল হʼব

पर्यायवाची : লাটভিয়ান ভাষা

अर्थ : লাটভিয়াৰ অধিবাসী

उदाहरण : সন্মিলনখনিৰ শুভাৰম্ভ লাটভিয়াবাসীকেইজনে কৰিলে

पर्यायवाची : লাটভিয়া বাসী, লাটভিয়া-বাসী, লাটভিয়াবাসী

লাটভিয়ান   বিশেষণ

अर्थ : লাটভিয়া সম্বন্ধী বা লাটভিয়াৰ

उदाहरण : ইয়ান লাটভিয়ান কলাৰ প্রদর্শনী চলিছে

अर्थ : লাটভিয়ান ভাষা সম্বন্ধী বা লাটভিয়ান ভাষাৰ

उदाहरण : লাটভিয়ান সংবাদ পত্রত ছপা হোৱা সংবাদৰ ওপৰত চর্চা চলি আছে

चौपाल