सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য
उदाहरण : সকলোৰে মংগল হোৱা কাম কৰা উচিত
पर्यायवाची : কল্যাণ, ভাল, মংগল, হিত
अर्थ : বেপাৰ-বণিজ বা কোনো কাম আদিত হোৱা আয়
उदाहरण : তেওঁ ্ কাপোৰৰ ব্যৱসায়ত খুউব লাভ কৰিছে মিছা কথা কৈ মোৰ কি লাভ হʼব
पर्यायवाची : টেক্কা, তিফাইত, ফইদা, ফয়দা, মুনাফা
इंस्टॉल करें