पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से লাভ কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

লাভ কৰা   ক্ৰিয়া

अर्थ : কোনো কামত লগাতকৈ বেছি উপার্জন ্কৰা

उदाहरण : তেওঁ ফলমূলৰ ব্যৱসায়ৰ যোগেদি বহুত লাভ কৰিছে

पर्यायवाची : লাভ অর্জন ্কৰা, লাভান্বিত হোৱা

अर्थ : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা

उदाहरण : এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ

पर्यायवाची : পোৱা

अर्थ : কোনো প্রকাৰে নিজৰ অধিকাৰলৈ অহা

उदाहरण : মই ৰামৰ পৰা এশ টকা পালোঁ

पर्यायवाची : পোৱা

अर्थ : কোনোবাই পঠোৱা বা কʼৰবাৰ পৰা অহা কোনো বস্তু প্রাপ্তি

उदाहरण : তিনি সপ্তাহ আগতেই পঠোৱা চিঠিখন মোৰ ওচৰ এতিয়াও পোৱাহি নাই

पर्यायवाची : আহি পোৱা, পোৱা

अर्थ : নিজৰ অধিকাৰ সাব্যস্ত কৰা

उदाहरण : অশোকে কলিংগত জয় লাভ কৰিছিল

पर्यायवाची : পোৱা, প্রাপ্ত কৰা

अर्थ : প্রাপ্ত হোৱা বা পোৱা কার্য

उदाहरण : তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো

पर्यायवाची : পোৱা, প্রাপ্তি ঘটা

अर्थ : পায় যোৱা

उदाहरण : এই কাম কৰি মই অত্যাধিক প্রসন্নতা পালো

पर्यायवाची : পোৱা

चौपाल