अर्थ : জিভাৰ গুৰিফালে থকা লালটি ওলোৱা গ্রন্থি
उदाहरण :
টনচিল বাঢ়ি যোৱাৰ কাৰণে মই খোৱাত বৰ অসুবিধা পাইছোঁ
पर्यायवाची : টনচিল
अर्थ : মুখত পোৱা যি গ্রন্থিৰ পৰা লালটি ওলায়
उदाहरण :
মুখত তিনিযোৰ লালটি গ্রন্থি পোৱা যায়