सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ওকণীৰ কণী
उदाहरण : তাইৰ চুলিত লেখি ওকণী হৈছে
पर्यायवाची : ফুটনি, লেখি
अर्थ : লিপিৰ ৰূপত লিখা কার্য
उदाहरण : ইতিহাসৰ বেছিভাগ ঘটনাৰ লিপিবদ্ধ কৰা হৈছে
पर्यायवाची : লিপিবদ্ধ
अर्थ : আখৰ আদিৰ আকৃতিৰ ৰূপ দিয়া কার্য
उदाहरण : লʼৰা-ছোৱালীবোৰে ক খ গ ঘ লিখি আছে মই এখন চিঠি লিখি আছো
पर्यायवाची : লিপিবদ্ধ কৰা
अर्थ : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা
उदाहरण : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে
पर्यायवाची : কপি কৰা, টোকা, নকল কৰা
अर्थ : খাটা, কাগজ আদিত লিখোৱা
उदाहरण : তেওঁ ্পঞ্চায়তৰ সভাপতিক কৈ নিজৰ নামটো ভোটাৰ তালিকাত ভৰালে
पर्यायवाची : ভৰোৱা, লিখোৱা
इंस्टॉल करें