सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : চাৰিৰে বিভাজিত কৰিব পৰা গ্রেগেৰীয় কেলেণ্ডাৰৰ বর্ষ সংখ্যা
उदाहरण : অধিবর্ষত ফেব্রুৱাৰী মাহটো ২৯ দিনীয়া হয়
पर्यायवाची : অধিবর্ষ, লিপ ইয়েৰ
अर्थ : সৌৰবর্ষ সম্পূর্ণ কৰিবৰ কাৰণে যুক্ত কৰা তিথি বা তাৰিখ বিশেষ
उदाहरण : প্রতি চাৰিবছৰৰ মূৰত লিপ-ইয়েৰৰ দিনটো ফেব্রুৱাৰী মাহত যোগ কৰা হয়
इंस्टॉल करें