अर्थ : খোৰাই খোৰাই খোজকঢ়া অৱস্থা
उदाहरण :
আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?
पर्यायवाची : পেঙ্গুচিয়া, লেকেচিয়া
अर्थ : যিজনৰ হাত বা ভৰিত বিকৃতি আছে
उदाहरण :
চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল
पर्यायवाची : লেঙ্গেৰা
अर्थ : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে
उदाहरण :
লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে
पर्यायवाची : খোৰা
अर्थ : যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে
उदाहरण :
লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে
अर्थ : যাৰ এটা ভৰি ভাঙিল
उदाहरण :
লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল