पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से লেৰেলা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

লেৰেলা   ক্ৰিয়া

अर्थ : অধিক ৰʼদ, সাৰ আদিৰ বাবে উদ্ভিদ মৰি যোৱা

उदाहरण : পানীৰ অভাৱত গোটেই শস্যখিনি ্জঁই পৰিল

पर्यायवाची : জঁই ্পৰা, শুকাই যোৱা

লেৰেলা   বিশেষণ

अर्थ : যি নিশকতীয়া আৰু পাতল শৰীৰৰ

उदाहरण : দৌৰ প্রতিযোগিতাত এজন খীণ লʼৰাই পদক লাভ কৰিলে

पर्यायवाची : কৃশ, কেটেঙা, ক্ষীণ, ক্ষীণকায়, খীণ, খীণ-মিন, পিলপিলীয়া, লিকলিকীয়া, শী্র্ণ

अर्थ : যাৰ সতেজতা নোহোৱা হৈছে

उदाहरण : গৰমত লেৰেলা গছ-গছনিবোৰ বৰষুণ পৰোতেই সেউজীয়া হৈ পৰিল

अर्थ : যি বহুত ্দুর্বল আৰু ক্ষীণ

उदाहरण : তেওঁ ্বেমাৰৰ কাৰণে ক্ষীণকায় হৈ গৈছে

पर्यायवाची : অস্থি্চর্ম্্সাৰ, কংকালসাৰ, কঙ্কালসাৰ, কিৰকিৰীয়া, কৃশ, ক্ষীণকায়, খিচিৰা, খীণ-মীন, চঁ্ছালি ওলোৱা, চিঁয়া মৰা, চেৰেলা, চেৰেলা-চেপেটা, জঁ্কাভাৰী, টেটেৰা, টোটোৰা পৰা, নলীয়া, মৰ চেৰেলা, মৰকুচিয়া, মৰা মুগা যেন, মৰা-মূছা, লেৰেলা-চেৰেলা, লেৰেলা-ঠেৰেলা, লেৰেলী-ঠেৰেলী (স্ত্রী), শুকান, শুকান-উবান, শোটোৰা পৰা, সোপোৰা, হাড় ছাল, হাড়-খৰাহি, হাড়ত খোৱা

अर्थ : যি শুকাবলৈ ধৰিছে

उदाहरण : লেৰেলি যোৱা গছবোৰত পানী ঢালি দিয়া

पर्यायवाची : লেৰেলি যোৱা

चौपाल