पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से লোকসেৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

লোকসেৱা   বিশেষ্য

अर्थ : প্রধানতঃ জনসাধাৰণৰ মঙ্গলৰ কাৰণে কৰা ৰাজ্যৰ সেৱা বা চাকৰি

उदाहरण : পুলিচ, ন্যায়াধীশ আদিক লোকসেৱাৰ কাৰণে নিযুক্ত কৰা হয়

पर्यायवाची : জনসেৱা

अर्थ : লোকৰ উপকাৰ কৰা কার্য

उदाहरण : মই লোকসেৱা কৰি সুখ অনুভৱ কৰোঁ

पर्यायवाची : জন-কল্যাণ, জনকল্যাণ, লোক-সেৱা

अर्थ : জনসাধাৰণৰ হিত অথবা উপকাৰৰ কাৰণে সেৱাভাৱেৰে কৰা কাম

उदाहरण : মাদাৰ টেৰেচাই নিজৰ সমগ্র জীৱন লোকসেৱাত অতিবাহিত কৰিলে

पर्यायवाची : জনসেৱা

चौपाल