अर्थ : শৰীৰৰ ওপৰত থকা বহুত সৰু আৰু পাতল চুলি
उदाहरण :
ভয়ৰ কাৰণে শ্যামৰ গাৰ নোম শিঁয়ৰি উঠিল
पर्यायवाची : নোম
अर्थ : জন্তুৰ ছালৰ ওপৰৰ অংশৰ পৰা ওলোৱা সূতাৰ লেখীয়া পাতল আৰু দীঘল এক ধৰণৰ বস্তু
उदाहरण :
বান্দৰৰ গোটেই দেহ নোমেৰে আৱৰা
पर्यायवाची : নোম