सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পানী বৈ যোৱা সৰু পথ বা সৰু জান
उदाहरण : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল
पर्यायवाची : নর্দম্া, নলা, নলী
अर्थ : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ
उदाहरण : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন
पर्यायवाची : জান, নলা
अर्थ : পানী জমা হʼবলৈ গছ বা উদ্ভিদৰ গুৰিত ঘূৰণীয়া কৰি খন্দা খাল
उदाहरण : তেওঁ ্গছত পানী দিবৰ কাৰণে লোৰ বনাইছে
इंस्टॉल करें